Keteki Slowed Reverb
Similar songs
Mor Priya
Sagar Drulav03:57
Mouxona
Pranab Krishnatreya04:28
Sekke Agom Ki
Mallika Saikia05:16
Monumoti
Munmi Borah,Apurba Jaan04:40
Kiba Eta Val Lagi Gol
Rupangkhi Sharma03:41
Owa Siley
Ringman,Gangjan04:37
Morom Jori
Prasanna Jyoti,Mon Barsha04:40
3:38
Uri Uri Jai
Deeplina Deka04:10
Mon Jura
Abinash Saikia02:44
Similar Songs
Mor Priya
Sagar Drulav
Mouxona
Pranab Krishnatreya
Sekke Agom Ki
Mallika Saikia
Monumoti
Munmi Borah,Apurba Jaan
Kiba Eta Val Lagi Gol
Rupangkhi Sharma
Owa Siley
Ringman,Gangjan
Morom Jori
Prasanna Jyoti,Mon Barsha
Serek Serek
Alankrita Kalita,Rupankrita Kalita,Wonder Sisters
Uri Uri Jai
Deeplina Deka
Mon Jura
Abinash Saikia
About song
Genre :Lofi
226 Plays
Music Director:
Tune:
Lyricist:
Composition:
Copyright © Emon Boruah
Lyrics
কেতেকী কেতেকী শুনো ৰিণি ৰিণি
প্ৰেমৰ বিষাদসনা দৰদী তান
চিনাকী চিনাকী প্ৰাণৰে চিনাকী
নোপোৱা বেদনাৰে গান
মোৰ বুকুৰে মৰমসনা
সুৰেৰে বহাগ অনা
তুমি গোৱা এটি আশাৰে গান
বুকুৰে মৰমসনা
সুৰেৰে বহাগ অনা
তুমি গোৱা এটি আশাৰে গান
তুমি গীতেৰে গঢ়া মৰমৰে সোপান
মনৰে মানসী এৰানা অভিমান
তুমি গীতেৰে গঢ়া মৰমৰে সোপান
মনৰে মানসী এৰানা অভিমান
শুৱনি শুৱনি মোৰে নয়নমণি
হিয়াৰ উমেৰে ৰখা এটি মিঠা নাম
চকুৰে চাৱনি মুখৰ মিচিকনি
উতলা যৌৱনেৰে উমান
মোৰ বুকুৰে মৰমসনা
সুৰেৰে বহাগ অনা
তুমি গোৱা এটি আশাৰে গান
বুকুৰে মৰমসনা
সুৰেৰে বহাগ অনা
তুমি গোৱা এটি আশাৰে গান
তুমি গীতেৰে গঢ়া মৰমৰে সোপান
মনৰে মানসী এৰানা অভিমান
তুমি গীতেৰে গঢ়া মৰমৰে সোপান
মনৰে মানসী এৰানা অভিমান